Suma Prandeep Das Lyrics MP3 Download

Suma – Lyrics

Suma · 2024 · Assamese
Download this song
চুমা... Kiss এটি মিঠা চুমা... a sweet kiss মোৰ অশ্ৰু মচিব বিচৰা one that wipes my tears এটি চুমা... that kiss মোৰ... হৃদয়ৰে কোঠালিৰ My heart's bedlam কোলাহল ৰুধিব বিচৰা is silenced with এটি চুমা... that kiss চুমা... Kiss এটি মিঠা চুমা... a Sweet Kiss মোৰ অশ্ৰু মচিব বিচৰা one that wipes my tears এটি চুমা... that kiss মোৰ... হৃদয়ৰে কোঠালিৰ My heart's bedlam কোলাহল ৰুধিব বিচৰা is silenced with এটি চুমা... that kiss নামি আহা এটি চুমা হৈ like a kiss, cascade down অঘৰীৰ ঠিকনাত on this wanderer's cabin জ্বলোৱাহি আহি come lit up এগছি চাঁকি... a candle হেজাৰ বছৰ পিয়াহৰ a thousand year's thirst অমৃত ভোগজৰা will be sated with elixir অধৰে অধৰে দিয়াহি বাকি... pour it from your lips to mine শেষ দেখাৰ সেই our last meet শেষ চুমা আদৰ... our goodbye kiss কাহানিও আৰু... নাপাও বিচাৰি... we'll never get them back চুমা... Kiss এটি মিঠা চুমা... a sweet kiss মোৰ অশ্ৰু মচিব বিচৰা one that wipes my tears এটি চুমা... that kiss আধা লিখা এটি কবিতা a half scribbled poem আধা হৈ ৰোৱা প্ৰেমগাথা an incomplete love story আধৰুৱা সেই Dining Table ৰ and incomplete over the dining table যাদুকৰী সন্ধিয়া was that magical evening আধা কোৱা মনৰ কথা a half spoken mind আধা লোৱা বুকুৰ বেথা a half taken heartache আধৰুৱা সেই Long Drive আৰু an incomplete long drive Piano ৰ মূৰ্চনা and an incomplete piano composition চুমা... Kiss এটি আদৰ চুমা a warm kiss হৃদয়ৰ দুপাৰ ওপচাই inundate banks of my heart প্লাৱন হৈ নামা... come down, flood me মোৰ ভগা পঁজাৰ পদূলিত lighten up my broken hut দিপাৱলী হৈ নামি আহা এটি চুমা like a kiss থাকিব সাৰে প্ৰতিটো আবেগ every emotion will be awake যাযাবৰৰ টোপোলাত in this wanderer's satchel ইতিহাস লিখিব প্ৰতিটো গীতে every song will write history তোমাৰ বাবেই জীয়ালো i lived for you কতনো ভালেলগা moments of true joy চোৱা যদি ঘূৰি মোক and if you turn around পাবা তাতেই you'll find me there শেষ দেখাৰ সেই our last meet শেষ চুমা আদৰ... our goodbye kiss কাহানিও আৰু... নাপাও বিচাৰি... we'll never get them back এটি মিঠা চুমা... a sweet kiss মোৰ অশ্ৰু মচিব বিচৰা one that wipes my tears এটি চুমা... that kiss
SongSuma
ArtistPrandeep Das
AlbumSuma
LanguageAssamese
Year2024
Download Suma MP3
More Lyrics by Prandeep Das
Popular Assamese Lyrics

Suma lyrics by Prandeep Das. From the album Suma. Read full lyrics and download the MP3 in HD quality on MP3Maza.

0:00
0:000:00
Up Next