Roja Rani – Lyrics
মৰমে টানিছে ইফালে
চেনেহে বান্ধিছে বেয়াকে
সাক্ষী হৈ ৰ'ব জোন অ' মোৰে সোন
দুগালতে ভাহিব লাজৰে ফাগুন
কাষলে অহিবা লাজে আৱৰিব
আতৰি নাযাবা হিয়া মোৰ কান্দিব
মৰমৰ জিলাতে লাগিব হাহাকাৰ
কোনেনো ৰচিব সমিধান
ৰজা হলে মই ৰাণী হ'বা তুমি
সুখে দুখে থাকিম দুয়ো জীবন জুৰি
দুদিন পিছত হ'ব আমাৰ পোনা দুটি
আশা বোৰে জান হাঁহিব কোলাত বহি
কাষলে অহিবা লাজে আৱৰিব
আতৰি নাযাবা হিয়া মোৰ কান্দিব
মৰমৰ জিলাতে লাগিব হাহাকাৰ
কোনেনো ৰচিব সমিধান
উলাহতে হাঁহিব উলাহতে খেলিব
আমাৰ মাইনাই ডাঙৰ হলে
উৰাজাহাজ ও কিনিব
উলাহতে হাঁহিব উলাহতে খেলিব
আমাৰ মাইনা ডাঙৰ হলে
উৰাজাহাজ ও কিনিব
কাষলে অহিবা লাজে আৱৰিব
আতৰি নাযাবা হিয়া মোৰ কান্দিব
মৰমৰ জিলাতে লাগিব হাহাকাৰ
কোনেনো ৰচিব সমিধান
Lyrics powered by JioSaavn
| Song | Roja Rani |
| Artist | Lakhi Chandra |
| Album | Roja Rani |
| Language | Assamese |
| Year | 2023 |
Popular Assamese Lyrics
Roja Rani lyrics by Lakhi Chandra. From the album Roja Rani. Read full lyrics and download the MP3 in HD quality on MP3Maza.