Morom Loga Deka Kallol Roy Lyrics MP3 Download

Morom Loga Deka – Lyrics

Morom Loga Deka · 2023 · Assamese
Download this song
মৰমলগা ডেকাটি যাৱ কেনি আঁতৰি? চিকুটি চাওঁ, চিকুটি চাওঁ যেন লাগে মুখনি! খুলি ক'বলে হে ভয়, জানোচা নুবুজ তই! যেনি যাওঁ, উজুতি খাওঁ তোৰে কথা ভাবি! ৰাতি ভাবি তোৰে কথা সদায় এশ-এবুৰি, শুকাই-খীণাই, জহি-খহি পৰিছোঁ যে ভাগৰি। যদি দেখা পাওঁ, তোৰে কাষৰলে যাওঁ, লাজে লাজে লাহেকৈ তোৰ দুচকুলে চাওঁ। যেনি যাৱ তই, দূৰলে জুমি জুমি চাওঁ, ক'বও মই নোৱাৰোঁ তোক কিদৰে বুজাওঁ! বুকুৰ সাঁচিপাতত যতনাই লিখিছোঁ তোৰে নাম, আছে যিমান মৰম তোলৈ নাপাবি তাৰে উমান! নাচাবি আনলৈ, মোক নকবি মিছাকৈ, আনক নহয়, তোকেই লাগে ওৰে জীৱনলৈ। চহকী নহ'লেও মোৰ মনে মিলা হ'লেই সকলো এৰিব পাৰোঁ তোকে পাবলৈ। ঘৰৰ এজনী ছোৱালী হ'লেও যাম তোৰে হৈ, সুখে-দুখে মিলি থাকিম দুয়ো, কথা দিলোঁ মই!
SongMorom Loga Deka
ArtistKallol Roy
AlbumMorom Loga Deka
LanguageAssamese
Year2023
Download Morom Loga Deka MP3
More Lyrics by Kallol Roy
Popular Assamese Lyrics

Morom Loga Deka lyrics by Kallol Roy. From the album Morom Loga Deka. Read full lyrics and download the MP3 in HD quality on MP3Maza.

0:00
0:000:00
Up Next