Mon Bihongo Jayanta Neog Lyrics MP3 Download

Mon Bihongo – Lyrics

Mon Bihongo · 2022 · Assamese
Download this song
উৰি যায়, উৰি যায়, মন বিহংগ পাৰ হৈ, পাৰ হৈ, নদী অৰণ্য। ওখকৈ পাহাৰেও নোৱাৰে ৰুধিব মোক মোৰ বিহগী মনক মোৰ... পৰিভ্ৰমী মন। উৰি যায়, উৰি যায় মন বিহংগ পাৰ হৈ পাৰ হৈ নদী অৰণ্য। হেঁপাহৰ আকাশে বাউলি মাতে জোনেও মায়াবী সুৰ বুকুতে ঢালে। দুখনি ডেউকা উৰিবৰ জোখাৰে অসীমৰ সীমনা যে তোৰেই... ও... বিহগী মন... অসীমৰ সীমনা যে তোৰেই... স্নিগ্ধ জোনাক হৈ তোৰ খিৰিকীৰে সৰকি তোকো লগতে লৈ উৰা মাৰিম, জোন তৰালিৰে উমলা আকাশত হাতি-পতীৰে গৈ কথা পাতিম। দুৰে দুৰে খহি পৰা পপীয়া তৰাই জোকাব আমাক আৰে আৰে বাৰে বাৰে... উৰি যায়, উৰি যায় মন বিহংগ পাৰ হৈ পাৰ হৈ নদী অৰণ্য...
SongMon Bihongo
ArtistJayanta Neog
AlbumMon Bihongo
LanguageAssamese
Year2022
Download Mon Bihongo MP3
More Lyrics by Jayanta Neog
Popular Assamese Lyrics

Mon Bihongo lyrics by Jayanta Neog. From the album Mon Bihongo. Read full lyrics and download the MP3 in HD quality on MP3Maza.

0:00
0:000:00
Up Next